আছৰ (Assamese) [ Roman: a.sor]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) A group of persons gathered together for a common reason, as for a legislative, religious, educational, or social purpose. কোনো এক সামূহিক উদ্দেশ্য আগত ৰাখি একেলগ হোৱা মানুহৰ সমাৱেশ ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) a (formal)party, discussion in the evening at somebody's home. কাৰোবাৰ ঘৰত আবেলি বা সন্ধ্যা আয়োজন কৰা (আনুষ্ঠানিক) মেল৷