আৰ্জিত (Assamese) [ Roman: ar.jit]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-09
    1. Biology(Verbal Adj.) arising in response to the action of the environment on the organism জীৱৰ ওপৰত পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱৰ ফল স্বৰূপে উদ্ভৱ হোৱা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2024-02-11
    2. (Verbal Adj.) obtained in return for labour or service শ্ৰম অথবা সেৱাৰ বিনিময়ত লাভ কৰা