আৰ্য্যা (Assamese) [ Roman: ar.jya]
    alt: আৰ্যা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-25
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) what is intended to be, or actually is, expressed or indicated. কোনো শব্দ, কথা বা চিহ্ণৰ নিহিত তাৎপৰ্য।
    Contributed by: Biraj Kumar Kakati on 2011-10-09
    2. (Abstract Noun-Neuter) A piece of conduct or work, which needs to be imitated by others উদাহৰণ, অনুকৰণ কৰিব পৰা বস্তু। যেনে, কাপোৰৰ ৰঙ বা ফূলৰ গঠন যিটো চাই আৰু পোচাক বনাব পাৰি