আৱিৰ্ভাৱ (Assamese) [ Roman: a.bir.bhab]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    1. (Verbal Noun) The act of starting something for the first time; introducing something new. কোনো বস্তু পোন-প্ৰথম বাৰৰ কাৰণে আৰম্ভ হোৱা বা কৰা কাৰ্য্য