Donate
উখল-মাখলউখলী

উখলি (Assamese) [ Roman: u.kho.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a wooden mortar used for cleaning rice by pounding it with a pestle. কোনো মাৰিৰে ধান খুন্দা ডাঙৰ কাঠৰ যতন৷ সাধাৰণতে জনজাতীয় সমাজত ইয়াক ব্যৱহাৰ কৰা হয়৷

http://1.bp.blogspot.com
English: mortar,
Assamese: উখলি, উৰল, উৰাল, চাম

Related Idea:

a. Material Noun-Neuter: pestle, উৰাল মাৰি, খুন্দনা মাৰি, গায়েন, মুষল...