উভচৰ (Assamese) [ Roman: u.bho.sor]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Biraj Kumar Kakati on 2010-11-15
    1. (Proper Adj.-Common) being able to live or move in both water and land with equal ease মাটি আৰু পানী দুয়ো ঠাইতে বসবাস কৰিব পৰা বা আহ-যাহ কৰিব পৰা ক্ষমতা থকা
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-11
    2. (Common Noun-Common) any cold-blooded vertebrate of the class Amphibia মাটি আৰু পানী দুয়ো ঠাইতে বসবাস কৰিব পৰা শীতলৰক্তী, মেৰুদণ্ডী প্ৰাণী