ওলগ (Assamese) [ Roman: o\'.log]
    Contributed by: Partha P Sarmah on 2007-04-14
    1. (Abstract Noun) a salutation; something said to greet somebody; a message of good wishes এক প্ৰকাৰৰ সম্বোধন; কাৰোবাক আদৰণি বা সম্ভাষণ জনাবলৈ কৰা উক্তি; শুভেচ্ছা বাণী

    Example Sentences:

    1. ৰঙালী বিহুৰ ওলগ যাছিলো।