ঔৰ্দ্ধদৈহিক (Assamese) [ Roman: our.dho.doi.hik]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-27
    Ref: চন্দ্ৰকান্ত অভিধান
    1. Religious-Mythological(Verbal Adj.) of or pertaining to a funeral, i.e. the ceremonies for a dead person prior to burial or cremation অন্ত্যেষ্টিক্ৰিয়া সম্বন্ধীয়, অৰ্থাত্ মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে কৰিব লগা সত্কাৰ প্ৰক্ৰিয়া সম্বন্ধীয়