কঁটিয়া (Assamese) [ Roman: ko~.ti.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Trans.) to drive or pinch the bullocks with a goad when ploughing হাল বাওঁতে বেগাই যাবলৈ জোঙা এছাৰিৰে গৰুৰ তপিনাত খোঁচ্
    English:
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-20
    2. (Verb-Trans.) to thrust into the mouth forcefully সৰহকৈ বা বলেৰে মুখত ভৰাই দে