কঁৰীয়া (Assamese) [ Roman: ko~.riya]
    Contributed by: Atul Ch. Kakoti on 2009-07-16
    1. (Material Noun-Neuter) a kind of female ear ornament. এবিধ তিৰোতাৰ কাণৰ অলংকাৰ
    Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-05-20
    2. (Material Noun-Neuter) A cylindrical shaped bamboo receptacle used in milking a buffalo/cow. আগৰ দিনত গৰু-মহৰ গাখীৰ খীৰাবলৈ ব্যৱহাৰ কৰা এবিধ বাঁহৰ চুঙা ৷