কতক (Assamese) [ Roman: ko.tok]
Contributed by: Biraj Kumar Kakati on 2008-07-13
1. (Pronoun) used in interrogative sentence to enquire the amount of something কোনো বস্তু আৰু সময়ৰ পৰিমাণ জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ
Contributed by: Biraj Kumar Kakati on 2008-07-13
2. (Pronoun) used in interrogative sentence to enquire the number or quantity of something সিমিত সংখ্যক কোনো বস্তু বা মানুহ বা প্ৰাণী বুজোৱা শব্দ৷