কলাগুৰু (Assamese) [ Roman: ko.la.gu.ru]
    Contributed by: Abdul Wahab on 2008-07-03
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Common Noun-Common) a great practitioner of the arts. শিল্পকলাৰ ওজা বা নতুন ধাৰা সৃষ্টি কৰোঁতা বা বহুমুখী প্ৰতিভাৰ ব্যক্তি ৷
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-03
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    2. (Common Noun-Common) dean of the faculty of arts of a university. বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ অধ্যক্ষ ৷