কলামোদী (Assamese) [ Roman: ko.la.mo`.di]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-04
    1. (Proper Adj.-Common) understanding the beauties of a poem or writing. কবিতা আদিৰ ৰস বা সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা, অৰ্থাত্ কথা বা ৰচনাৰ সোৱাদ বুজা।