কাতুৰ্বাদ (Assamese) [ Roman: ka.tur.bad]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verbal Noun) A humble and earnest request for help from someone in authority. ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।