কিৰিয়া (Assamese) [ Roman: ki.ri.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-23
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা