কেণা (Assamese) [ Roman: ke.na]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
    1. (Proper Adj.-Neuter) (tree or fruit) affected by a borer. কেৰোণে আক্ৰমণ কৰি বিন্ধা কৰা গছ বা ফল।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) mistake in weaving or braiding কাপোৰ বা কাঠীৰ বস্তু বওঁতে হোৱা ভুল
    Assamese: