কেৱলীয়া (Assamese) [ Roman: ke.wo.li.ya]
    Contributed by: Biraj Kumar Kakati on 2007-06-22
    1. (Proper Adj.-Common) Unmarried or committed to sexual abstention, esp. for religious reasons. অবিবাহিত আৰু ধৰ্মীয় আনুগত্যৰ খাতিৰত কোনো ধৰণৰ যৌন সম্পৰ্কৰ পৰা বিৰত থকা।