কোবনি (Assamese) [ Roman: ko`.bo.ni]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2025-08-29
1. (Material Noun-Neuter) an elastic body or object, as a wire coiled spirally, that regains its shape after being compressed, bent, or stretched. লোৰ তাঁৰ পকাই বনোৱা এনে এক যতন বা বস্তু, যাক হেঁচি বা ভিৰাই ধৰি থাকি এৰি দিলে সি বলেৰে উফৰি আন অংশ বা বস্তুত কোবাই তাৰ আকৃতি পুনৰ ঘূৰাই পায়