ক্ষেত্ৰফল (Assamese) [ Roman: khyet.ro.phol]
    Contributed by: নৱনাথ চহৰীয়া on 2011-08-24
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Proper Adj.-Neuter) the figure obtained my multiplying length by breadth, used to measure land দৈৰ্ঘ্যক প্ৰস্থৰে পূৰণ কৰি পোৱা ফল, মাটি জুখিবলৈ ব্যৱহাৰ কৰা হয় ৷