কৰচ (Assamese) [ Roman: ko.ros]
Contributed by: Mousumi Hazarika on 2008-03-10
1. (Material Noun-Neuter) A large deep spoon with a long handle, used especially for serving soup ভাত আঞ্জা আদি বাঢ়িবলৈ ব্যবহাৰ কৰা ডাঙৰ আকৃতিৰ চামুচ
Contributed by: Bikram M Baruah on 2025-04-13
2. (Material Noun-Neuter) A big spoon used to serve food. আহাৰ পৰিৱেশন কৰিবলৈ ব্যৱহাৰ কৰা এখন ডাঙৰ চামুচ ৷
English: