খগেন্দ্ৰধ্বজ (Assamese) [ Roman: kho.gen.dro.dhoj]
    Contributed by: Mousumi Konwar on 2023-02-01
    Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
    1. Hinduism(Proper Noun-Masculine) One of the principal Hindu deities হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷

    English:
    Assamese:
    অচ্যুত অজিতেশ অনন্ত-শয়ন অমিতাশন অমৃতশেয় অৰবিন্দ-লোচন আদিবৰাহ ইন্দ্ৰকৰ্মা ঈপতি উৰুক্ৰম উৰুগায় কঞ্জনাভ কমললোচন কমলাকান্ত কমলাপতি কামেশ্বৰ কুন্দ কুন্দৰ কুমোদক কুস্তভ কূৰ্মৰাজ কৌস্তভবক্ষ খগাসন খগেন্দ্ৰধ্বজ গোলোকপতি গোলোকেশ্বৰ গড়ুৰকেতু গৰুড় বাহন গৰুড়-ধ্বজ চক্ৰধাৰী চক্ৰধৰ চক্ৰপাণি চক্ৰায়ুধ চক্ৰেশ্বৰ চতুষ্কৰ চতুৰ্বাহু চতুৰ্ভুজ জয়পাল ত্ৰৈলোকনাথ ত্ৰৈলোক্যেশ্বৰ দনুজদমন দনুজাৰি দানৱাৰি দাৰুণ দীন-দয়াল দৈতাৰি দৈত্যনিসূদন দৈত্যাৰি ধৰণীশ্বৰ ধৰ্মনাভ নাৰায়ণ পদ্মধৰ পদ্মনাভ পদ্মপাণি পদ্মলোচন পদ্মেশ পাষণ্ডমৰ্দ্দন পাৰায়ণ পুণ্ডৰীকাক্ষ পুৰুষোত্তম বলিন্দম বলিসূদন বিশ্বম্ভৰ বিষ্ণু বৈকুণ্ঠনাথ বৈকুণ্ঠপতি ভুৱনমোহন মধুদ্বিষ মধুসূদন মধুৰিপু মন্দৰধাৰী মাধৱ মুৰনাশী মুৰমথন লক্ষীকান্ত লক্ষ্মীকান্ত লক্ষ্মীনাথ লক্ষ্মীনাৰায়ণ লক্ষ্মীন্দ্ৰ লক্ষ্মীপতি লক্ষ্মীশ্বৰ লোকনাথ শংখধৰ শংখপাণি শাৰংগধৰ শাৰংগপাণি শাৰঙ্গপাণি শিপিৱিষ্ট শ্ৰীকান্ত শ্ৰীধৰ শ্ৰীনাথ শ্ৰীনিবাস শ্ৰীপতি সত্যনাৰায়ণ হৰি ৰবিলোচন ৰমাকান্ত ৰমাপতি ৰমেশ

    Related Idea:

    a. Proper Noun-Masculine: garudaঅৰ্ক্ষ্যকশ্যপনন্দনকামায়ুকাশ্যপেয়...