খতীয়া (Assamese) [ Roman: kho.ti.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-10
    1. (Abstract Noun) the period or days of absence from work (by an employee or worker) (কোনো কৰ্মচাৰী বা বনুৱাই) কাম নকৰা বা কামত উপস্থিত নথকা দিন বা সময়চোৱা
    English:
    Contributed by: Biraj Kumar Kakati on 2011-02-22
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Common Noun-Common &/or Masculine) An employee or a labour who is not present on the working place. কাম নকৰা বা কামত উপস্থিত বা হাজিৰ নথকা বনুৱা বা কৰ্মচাৰী ৷