খামখেয়াল (Assamese) [ Roman: kham.khe.yal]
    Contributed by: ৰূপকমল on 2007-03-18
    1. (Abstract Noun) a sudden and foolish desire to have or do something. কিবা কৰা বা পোৱাৰ বাবে মূৰ্খৰ দৰে হঠাতে ওপজা বাসনা।