গজাল (Assamese) [ Roman: go.jal Origin: বাং. (হেম১৩)]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-13
1. (Material Noun-Neuter) A sharp and pointed piece of metal used to fasten two things together কাঠ, বাঁহ, ধাতুৰ পাট আদি একেলগ কৰি ৰাখিবলৈ মৰা লোৰ আগ জোঙা, মূৰ চেপেটা সৰু শলা ।
গজাল (Deori) [ Roman: go.jal]
Contributed by: Himasri Das on 2022-11-28
2. (Material Noun-Neuter) A sharp and pointed piece of metal used to fasten two things together কাঠ, বাঁহ, ধাতুৰ পাট আদি একেলগ কৰি ৰাখিবলৈ মৰা লোৰ আগ জোঙা, মূৰ চেপেটা সৰু শলা ।