গঠিত (Assamese) [ Roman: go.thi.to]
    Contributed by: Bikram M Baruah on 2009-12-23
    1. (Verbal Adj.) made up of; comprising of. গঢ় লৈছে বা সজা হৈছে।

    Example Sentences:

    1. আত্মসহায়ক গোটটো দহ গৰাকী মহিলাৰে গঠিত।
    2. ঘৰটো বাঁহেৰে গঠিত।