গদাধৰ (Assamese) [ Roman: go.da.dhor]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-08
b. Proper Noun: Jhulan yatraজুলন-যাত্ৰাঝুলন-যাত্ৰাjejot keyotjulon jatra...
1. Hinduism(Proper Noun-Masculine) one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'. ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
English:
Assamese:
অচ্যুত অটলবিহাৰী অধোক্ষজ অনংগমোহন অনন্তবীৰ্য উদ্ধৱবন্ধু কংসহা কংসাৰি কলীয়া কানাই কানু কালীয়দমন কৃষ্ণ কেশি-নিষূদন কেশীমথন কেশৱ গদাধৰ গদাপাণি গিৰিধাৰী গিৰিধৰ গোকুলনাথ গোকুলপতি গোকুলেশ্বৰ গোপবল্লভ গোপাল গোপিকান্ত গোপিকামোহন গোপিকাৰমণ গোপিনীবল্লভ গোপীচন্দ্ৰ গোপীনাথ গোপীমোহন গোপেন্দ্ৰ গোবৰ্ধনধাৰী গোষ্ঠপতি গোষ্ঠবিহাৰী গোৱিন্দ ঘনশ্যাম চানুৰমৰ্দন জনাৰ্দন ত্ৰিভংগমুৰাৰি দামোদৰ দীনবন্ধু দৈৱকীনন্দন দ্বাৰকাধীশ দ্বাৰকানাথ দ্বাৰকাপতি দ্বাৰকামোহন দ্বাৰকাৰঞ্জন দ্বাৰকেশ দ্বাৰিকানাথ দ্বাৰিকাপতি নগধৰ ননীচোৰ নন্দদুলাল নন্দদুল্লাল নীলমাধৱ নৰকান্তক নৰনাৰায়ণ পাণ্ডৱসখা পাৰ্থসাৰথি পীতাম্বৰ পুণ্ডৰীকাক্ষ পুলিনবিহাৰী পৃশ্মিগৰ্ভ পৃশ্মিহৰি বংশীগোপাল বংশীধৰ বংশীবদন বন-বিহাৰী বনমালী বনোৱাৰী বাসুদেৱ বিপিনবিহাৰী বৃন্দাবনেশ্বৰ বৃষ্ণি বেণুধৰ ব্ৰজকিশোৰ ব্ৰজদুলাল ব্ৰজনাথ ব্ৰজবল্লভ ব্ৰজবিহাৰী ব্ৰজভূষণ ব্ৰজমোহন ব্ৰজেন্দ্ৰ ব্ৰজেশ মথুৰাপতি মথুৰেশ মদনগোপাল মদনমোহন মধুসুধন মুকুন্দ মুৰ-ৰিপু মুৰাৰি মুৰাৰু মুৰুলীধৰ যজ্ঞেশ যদুনন্দন যদুনাথ যদুপতি যদুমণি যশোদাদুলাল যশোদানন্দন যাদৱ যাদৱৰায় শকটাৰি শ্যাম শ্যামকানু শ্যামসুন্দৰ শ্যামৰায় শ্ৰীকৃষ্ণ শ্ৰীহৰি সাৰঙ্গধৰ সাৰঙ্গপাণি হৃষীকেশ ৰণচোড় ৰময়া ৰাধা-কান্ত ৰাধানাথ ৰাধাবল্লভ ৰাধামাধব ৰাধামাধৱ ৰাধাৰমণ ৰাসবিহাৰী ৰাসেশ্বৰ
Bodo:
Hindi:
Related Idea:
a. Proper Noun-Feminine: Anuradhaঅনুৰাধা...b. Proper Noun: Jhulan yatraজুলন-যাত্ৰাঝুলন-যাত্ৰাjejot keyotjulon jatra...
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-22
2. Historial(Proper Noun-Common &/or Masculine) established the rule of the Tungkhungia clan of the Ahom kings that ruled the Ahom kingdom till its climactic end. অসমৰ আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ (শাসনকাল: ১৬৮১ - ১৬৯৬)৷ তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিস্থা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়৷
English:
Assamese: