গম-গতি (Assamese) [ Roman: gom-go.ti]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-08-06
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Abstract Noun) feeling, movement, or change caused by a stimulus or influence প্ৰৰোচনা বা প্ৰভাৱৰ ফলত সৃষ্টি হোৱা অনুভূতি, গতি বা পৰিৱৰ্ত্তন