গুজৱ (Assamese) [ Roman: gu.jow]
    Contributed by: Ranjita Pegu on 2007-02-25
    1. (Abstract Noun) A piece of unverified information of uncertain origin usually spread by word of mouth সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ