গোষ্ঠ (Assamese) [ Roman: gos.tho]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Proper Noun-Neuter) A big cattleshed where cattle are kept in a big herd for milk and allowed to graze in herd. এক বিশেষ ঠাই য’ত গৰু-ম’হ গাখীৰ উৎপাদনৰ বাবে জাকত ৰখা হয় আৰু পথাৰত একেলগে চৰোৱা হয়৷