গোৰ (Assamese) [ Roman: go'r]
    1. (Abstract Noun) the act of hitting by the leg ভৰিৰে কৰা আঘাত
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-30
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Material Noun-Neuter) the trunk of a tree just above the root, i.e. the bottom-most part of the trunk গছৰ গা-গছ ডালৰ আটাইতকৈ তলৰ অংশ, য’ৰ পৰা শিপা ওলায়