গ্ৰথিত (Assamese) [ Roman: gro.thi.to]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-20
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verbal Adj.) produced by writing, composing (Specially used for music, literature etc.) গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-05
    2. (Verbal Adj.) fastened together by sewing সূতাৰে গঁথা বা একে লগে সী থোৱা