ঘুমাঘুমুৰীয়া
ঘুমুৰ (Assamese) [ Roman: ghu.mur]
Contributed by: Biraj Kumar Kakati on 2008-11-21
English: asthma,
Assamese: উদফাই, ঊৰ্দ্ধশ্বাস, ঘুঙুৰ, ঘুমুৰ, ঘুমুৰোগ, ধাঁই, শ্বাসৰোগ, হাঁইফাঁই, হাপানি, হিহনি, হেপানি,
Bodo: खासुला बेराम, हां नोलिनि बेराम,
Mising: sagu,
Meeteilon: hara,
TAI-Ahom: মঙ্ খে’,
Bangla: শ্বাসরোগ, শ্বাসের টান, হাঁপানি,
Deori: গুগুৰিয়া, হাঁই-পাঁই,
TAI-Phake: aana mongkho
ঘুমুৰ (Assamese) [ Roman: ghu.mur]
Contributed by: Biraj Kumar Kakati on 2008-11-21
1. (Abstract Noun) A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
Assamese: উদফাই, ঊৰ্দ্ধশ্বাস, ঘুঙুৰ, ঘুমুৰ, ঘুমুৰোগ, ধাঁই, শ্বাসৰোগ, হাঁইফাঁই, হাপানি, হিহনি, হেপানি,
Bodo: खासुला बेराम, हां नोलिनि बेराम,
Mising: sagu,
Meeteilon: hara,
TAI-Ahom: মঙ্ খে’,
Bangla: শ্বাসরোগ, শ্বাসের টান, হাঁপানি,
Deori: গুগুৰিয়া, হাঁই-পাঁই,
TAI-Phake: aana mongkho