ঘূণীয়া (Assamese) [ Roman: ghu.nia]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-29
    1. (Proper Adj.-Common) effected by a cut or physical damage দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
    Contributed by: Rubul Mout (ৰুবুল মাউত) on 2007-03-29
    2. (Proper Adj.-Common) crippled by an injury received on the body আঘাত আদিৰ দ্বাৰা চিৰকাললৈকে অকৰ্ম্মা হোৱা