চতুৰ্বৰ্ণ (Assamese) [ Roman: so.tur.bor.no]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-11
    Ref: চন্দ্ৰকান্ত অভিধান
    1. Religious-Mythological(Abstract Noun) the four main Hindu castes হিন্দু প্ৰথামতে মানুহৰ প্ৰধান চাৰি জাতি- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ