চাকৰণী (Assamese) [ Roman: sa.ko.ro.ni]
    fm: চাকৰ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-12-03
    1. (Common Noun-Feminine) a female domestic servant kept to do the dirty and boring jobs in a house. ঘৰৰ কাম বন কৰা ছোৱালী বা তিৰোতা; সাধাৰণতে লেতেৰা, আমনি লগা কামবোৰ যাৰ হতুৱাই কৰোৱা হয়।