চৰিতাৰ্থ (Assamese) [ Roman: so.ri.tar.tho]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Proper Adj.-Common) happened or terminated according to desire; accomplished what is attempted or intended আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা