চৰ্চৰীয়া (Assamese) [ Roman: sor.so.ri.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verbal Adj.) (curry) cooked by using little water and almost dry পানী কমকৈ দি প্ৰায় শুকানকৈ ৰন্ধা (আঞ্জা)