ছীল (Assamese) [ Roman: sil]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-06
    1. (Verbal Noun) to block (an entrance, area, etc.) completely so as to prevent escape or entrance by the law. কোনো অঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাকৈ আইনগতভাৱে সম্পূৰ্ণ বন্ধ কৰা কাৰ্য্য ৷