ছেদন (Assamese) [ Roman: se.don]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-16
    1. (Verbal Noun) the act of incising, i.e. cutting into, especially for surgical purposes কটা কাৰ্য্য, বিশেষকৈ শৈল চিকিৎসা প্ৰক্ৰিয়াৰ অংশ হিছাপে
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-08-05
    2. Biology(Verbal Noun) the process by which non-coding sequences (introns) are removed from pre-mRNA and coding sequences (exons) are joined to form mature mRNA ready for translation জীৱকোষৰ এক প্ৰক্ৰিয়া, য’ত প্ৰাথমিক এম আৰ এন এৰ পৰা নন-কোডিং সিকুৱেন্স (ইনট্ৰন) আঁতৰোৱা হয় আৰু কোডিং সিকুৱেন্স বা শৃংখল (এক্‌জ’ন) সংযোজিত হৈ অনুকৃত্যায়ন বা ট্ৰেন্সলেচনৰ বাবে সাজু পৰিপক্ক এম আৰ এন এ গঠন হয়৷
    English:
    Assamese: