ছৰ্বত (Assamese) [ Roman: sor.bot]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-23
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) any liquid that is swallowed to quench thirst, for nourishment. পিয়াহ গুচাবলৈ বা পুষ্টিৰ বাবে গ্ৰহণ কৰা যিকোনো জুলীয়া বস্তু।

    Example Sentences:

    1. গৰমত নেমুৰ ছৰ্বত খালে দেহ শীতল পৰে।