জাৰণ (Assamese) [ Roman: ja.ron]
    Contributed by: Prasenjit Khanikar on 2007-06-21
    1. (Material Noun-Neuter) smooth stone used for sharpening instruments অস্ত্ৰত ধাৰ দিবলৈ ব্যৱহৃত,কঠিন আৰু মিহি এবিধ শিল ।
    Contributed by: Rupankar Mahanta on 2007-06-21
    2. Chemistry(Abstract Noun-Neuter) The process of combining with oxygen, e.g., the process by which rust is formed on iron surface অক্সিজেন বা অম্লজানৰ সৈতে হোৱা বিক্ৰিয়া, যেনেঃ লোৰ পৃষ্ঠত মামৰে ধৰা প্ৰক্ৰিয়া