জীৰ্ণ (Assamese) [ Roman: jir.no]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-28
    1. (Proper Adj.-Neuter) Being old and torn (cloth). পুৰণি হৈ ফাটি ছিৰাছিৰ হোৱা (কাপোৰ) ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-28
    2. Biology(Verbal Adj.) (food) converted to substances suitable for incorporation into the body and its tissue. জীণ যোৱা অৰ্থাত্ শৰীৰ আৰু কলাত মিলি যাব পৰাকৈ ৰূপান্তৰ কৰা (খাদ্য)।