জৈৱ-ৰসায়ন (Assamese) [ Roman: joi.bo-ro.xa.yon]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-31
1. (Abstract Noun) the science dealing with the chemistry of living matter. জীৱিত বস্তুৰ ৰাসায়নিক গঠন আৰু প্ৰক্ৰিয়াৰ অধ্যয়নৰ সৈতে জড়িত বিজ্ঞান।
English:
Assamese:
2. Chemistry(Abstract Noun) the branch of chemistry concerned with the compounds of carbon কাৰ্বনৰ যৌগ সমূহৰ বিষয়ে অধ্যয়ন কৰা ৰসায়নৰ এক বিভাগ
English:
Assamese: