XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤Login

🔐 Login to XOBDO

Don't have an account? Request one here


    জোনাক (Assamese) [ Roman: jo’.nak]
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-08
    1. (Abstract Noun) the light of the moon জোনৰ পোহৰ
    English:
    moonlight moonshine
    Assamese:
    ইন্দুজ্যোতি ইন্দুপ্ৰভা কৃষ্ণাজিতা কৌমুদী চন্দ্ৰকান্তি চন্দ্ৰকিৰণ চন্দ্ৰকৰ চন্দ্ৰজ্যোতি চন্দ্ৰপ্ৰভা চন্দ্ৰসুধা চন্দ্ৰাংশু চন্দ্ৰাতপ চন্দ্ৰালোক চন্দ্ৰাৱলী চন্দ্ৰিকা চন্দ্ৰিমা চন্দ্ৰৰশ্মি জোনাক জোনালী জ্যোত্স্নালোক জ্যোৎস্না জ্যোৎস্নালোক দীপিকা শশীকৰ শশীৰঞ্জন
    Bodo:
    अखाफोरनि
    Mising:
    lolad
    Garo:
    jasenga
    Meeteilon:
    thabal
    Nagamese:
    junaki
    Dimasa:
    nokhaphling
    Hindi:
    चांदिनी
    Deori:
    য়া-দাগাবা
    Contributed by: Partha P Sarmah on 2006-11-08
    2. (Verbal Noun) lit by the moon e.g. a moonlit night/beach জোনৰ পোহৰেৰে আলোকিত, জোনাকে ধোৱা।
    English:
    moonlit
    Assamese:
    জোনাক জোনালী জ্যোৎস্না-বিধৌত
    Karbi:
    kloklar
    © xobdo.org - a dictionary by you, for you, of you !!