জোলা (Assamese) [ Roman: jo`.la]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
1. (Material Noun-Neuter) a thin vesicle on the skin, containing watery matter or serum, as from a burn or other injury. গাৰ ছালত উঠা পাতল টেমুনা, য`ত পানী সদৃশ জুলীয়া পদাৰ্থ ভৰি থাকে; সাধাৰণতে জুয়ে পোৰা বা আন আঘাতৰ বাবে হয়।