ঝাঙ্কা (Assamese) [ Roman: jhang.ka]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-27
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) a large metallic vessel for cooking or boling rice etc. ভাত ৰন্ধা, ধান সিজোৱা আদিৰ বাবে ব্যৱহাৰ কৰা পিতলৰ বা আন ধাতুৰ বৰ ডাঙৰ টৌ।