Donate
ঝিয়ারিঝুম-খেতি

ঝুনঝুনা (Assamese)
Contributed by: Bhadra Brahma on 2025-04-02
1. Vegetables(Common Noun-Neuter) A highly ornamental plant, a member of the bean family (Fabaceae), it produces bright yellow flowers that are borne on an upright spike which is presented prominently above a mass of jade green leaves. The seeds become loose in the pod as they mature, and rattle when the pod is shaken. ফেবেচি পৰিয়ালৰ অন্তৰ্গত ক্ৰটেলেৰিয়া ৰেটুচা প্ৰজাতিৰ এবিধ ফুলগছ৷ ফুলৰ ৰং হালধীয়া৷ ছিৰাৰ ভিতৰত ধৰা গুটিবোৰ পূৰঠ হ’লে ছিৰাৰ ভিতৰতে এৰি যায় আৰু সেয়েহে লৰালে শব্দ হয় ৷