ডাবহী (Assamese) [ Roman: da.bo.hi]
    fm: ডবহা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-29
    1. (Proper Adj.-Feminine) short but strong and stout woman. like a woman of the Daffla tribe. ডফলা জাতিৰ তিৰোতাৰ দৰে দেখিবলৈ চুটিচাপৰ,পুষ্ট অথচ আটিল তিৰোতা বিশেষ ৷