☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
ডেও
(Assamese)
[
Roman:
deu]
1.
(Verbal Noun)
the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet. ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
English:
jump
leap
Assamese:
উদ্ফাল
উল্লম্ফন
উৰুফাল
জপিওৱা-জপি
জাঁপ
ডেও
বেঙা
লম্ফ
লাফ
লাফ-জাঁপ
Meeteilon:
chongkhothpa
Hindi:
उछलना
Deori:
বেগাবা