ততৰ (Assamese) [ Roman: to.tor]
    Contributed by: Biraj Kumar Kakati on 2008-04-15
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Abstract Noun) An unstable situation which is difficult to resolve. সহজে সমাধা কৰিব বা পৰিত্ৰাণ পাব নোৱাৰা কোনো অস্থিৰ পৰিস্থিতি।